Prerana Bora Tutor
No reviews yet

অসমীয়া আমাৰ মাতৃভাষা। সেয়ে অসমীয়া বিষয়টোৰ প্ৰতি মোৰ এক আৱেগ জড়িত হৈ আছে। মই স্বৰবৰ্ণৰ পৰা আৰম্ভ কৰি ব্যাকৰণ, কবিতা গল্পকে ধৰি সম্পূৰ্ণ পাঠ্যপুথি পঢ়ুৱাও। ছাত্র-ছাত্রীয়ে যাতে ভালদৰে বুজি পায় সেইটোৰ ওপৰতহে গুৰুত্ব দিওঁ । প্ৰায় ২বছৰৰ পৰা মই অফলাইন টিউছন কৰি আছো আৰু ১বছৰৰ পৰা অনলাইনতো কৰি আছো। মই ছাত্র-ছাত্রীৰ লগত এজনী বান্ধৱীৰ দৰে ব্যৱহাৰ কৰো যাৰ বাবে তেওঁলোক সহজে মোৰ প্ৰতি আকৃষ্ট হয় আৰু মই বুজাব বিচৰা খিনি সহজে বুজি পায় আৰু নোৱাৰা কথাটো সুধিবলৈ ভয় নকৰে । মই অসমীয়া বিষয়টোৰ উপৰিও সকলো বিষয়ে পঢ়ুৱাও লগতে assignment, homework সকলোবোৰ চাই দিও। ছাত্র-ছাত্রীয়ে যাতে ভালদৰে বুজি পায় সকলো আৰু তেওঁলোক ভবিষ্যতে যাতে সচাঁ মানৱ সম্পদ হয় তাতেই মই মোৰ শিক্ষক হোৱাৰ গৌৰৱ লাভ কৰিম।

Subjects

  • Political Science (Assamese Medium) (Beginner-Expert)

  • All Subjects (Assamese medium Primary level) (Beginner-Expert)

  • Assamese Language (Beginner-Expert)


Experience

No experience mentioned.

Education

  • M.A in Assamese (Mar, 2021now) from Kkhsou, Guwahati

Fee details

    3,0005,000/month (US$37.7162.85/month)


Reviews

No reviews yet. Be the first one to review this tutor.